বেটুপাত
অৱয়ব
|
সকলো লোকেই বৰঙণি আগবঢ়াব পৰা ই এক মুক্ত পুথিভঁৰাল।
অসমীয়া ভাষাৰ ৱিকিউৎসত বৰ্তমান ৩,৫৯৯ টা লেখা আৰু ৭৮২ খন পূৰ্ণাংগ গ্ৰন্থ আছে।
|
| |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
এই মাহৰ নিৰ্বাচিত লেখা
শকুনিৰ প্ৰতিশোধ
গণেশচন্দ্ৰ গগৈ ৰচিত নাটক (১৯৩৯)

ইমান চেষ্টা কি অথলে যাব পাৰে? ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে? মোৰ আজন্ম সাধনাৰ সফলতা সৌ অদূৰত। দুৰ্য্যোধন, তুমি ৰাজৰাজেশ্বৰ আৰু মই দীন-হীন অন্নসেৱী। তুমি শত জীৱিত ভ্ৰাতাৰ জ্যেষ্ঠ, আৰু মই শত প্ৰেতাত্মাৰ কনিষ্ঠ? তোমাতে মোতে ইমান প্ৰভেদ; অথচ ইমান আপোন! তুমি মোৰ মৰমৰ ভাগিন, আৰু মই তোমাৰ বুদ্ধিদাতা চেনেহৰ মাতুল!
আৰু বেচিপৰ নাই! দিগন্ত প্ৰসাৰি লহ-লহ জিহ্বা মেলি অগ্নি জ্বলি উঠিছে; এটি দুটি কৰি পতঙ্গ জাপ দিছে! কাৰো সাধ্য নাই তাক নিবাৰণ কৰে, কাৰো সাধ্য নাই তাক নিৰ্ব্বাপিত কৰে!
এই মাহৰ সহযোগিতামূলক কাম
এই মাহৰ সহযোগিতামূলক কাম:
- সাহিত্য-বিচাৰ (সত্যনাথ বৰা) - সংশোধন বাকী আছে
- কুলাংগাৰ - (পংকজ জ্যোতি মহন্ত) - সংশোধন বাকী আছে
- আসাম বুৰঞ্জী (গুণাভিৰাম বৰুৱা) - সংশোধন বাকী আছে
অসমীয়া ৱিকিউৎসৰ পৰিসংখ্যা
- পৃষ্ঠা: নামস্থানৰ পৰিসংখ্যা
- পাঠ্য নথকা = ১,৬৩৬টা
- সমস্যাজৰ্জৰ = ২৫৩টা
- মুদ্ৰণ সংশোধন কৰা হোৱা নাই = ২১,৬২৪টা
- মুদ্ৰণ সংশোধন কৰা হৈছে = ৩৬৬টা
- বৈধকৰণ হৈছে = ১,৩৯১টা
- মুঠ পৃষ্ঠাৰ সংখ্যা = ২৫,২৭০টা
নতুন লেখাসমূহ
ড্ৰাকুলা (লেখক: ব্ৰাম ষ্টোকাৰ)
তোমালৈ (লেখক:অমলেন্দু গুহ)
শব্দশিল্পৰ আখৰা (লেখক:ষড়ানন দেৱ নাথ)
আদৰণি সম্ভাষণ (লেখক:হলীৰাম ডেকা)
গৰাখহনীয়া (লেখক:অনুৰাধা শৰ্মা)
আসাম-ভূগোল (লেখক:শিৱনাথ ভট্টাচাৰ্য্য)
শব্দ (লেখক:অৰূপ শইকীয়া)
কাশ্মীৰ কুমাৰী (লেখক:গণেশচন্দ্ৰ গগৈ)
চিন্তানল (লেখক:কমলাকান্ত ভট্টাচাৰ্য্য)
তীৰ্থ-যাত্ৰী (লেখক:নবীনচন্দ্ৰ বৰদলৈ)
জেম্ছেদজী টাটা (লেখক:শ্ৰীৰামচন্দ্ৰ দাস)
বাঁহী (লেখক:বেণুধৰ ৰাজখোৱা)
জোন-বিৰি (লেখক:লক্ষ্মীনাথ বেজবৰুৱা)
ৱিকিউৎসৰ বিষয়ে
ৱিকিউৎস এক মুক্ত পুথিভঁৰাল য’ত আমাৰ স্বেচ্ছাসেৱকসকলে মুক্ত প্ৰকাশনসমূহ সংগ্ৰহ আৰু ৰক্ষণাবেক্ষণ কৰে। আপুনি কেনেকৈ লেখা এটা আৰম্ভ কৰিব এই সম্পৰ্কে জানিবলৈ অন্তৰ্ভুক্তি নিৰ্দেশনা আৰু সহায়িকা পৃষ্ঠা চাওক, আৰু আপুনি কি ভাৱে বৰঙণি যোগাব পাৰে সেয়া জানিবলৈ সমাজৰ বাটচ'ৰা চাওক। ৱিকিউৎসত পৰীক্ষা-নিৰীক্ষাৰ বাবে পৰীক্ষাগাৰ ব্যৱহাৰ কৰিব পাৰে।
ৱিকিউৎস বিচৰণ কৰক
ৱিকিউৎসৰ বাহিৰে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ আৰু কেইবাটাও বহুভাষিক মুক্ত প্ৰকল্প আছে।
ৱিকিমিডিয়া প্ৰকল্পসমূহৰ ব্যৱস্থাপনা |
মুক্ত বিশ্বকোষ |
অভিধান আৰু সমাৰ্থক শব্দকোষ |
মুক্ত পাঠ্যপুথি আৰু হাতপুথি |
অংশীদাৰী মিডিয়া ভঁৰাল |
উক্তি আৰু উদ্ধৃতিৰ সংগ্ৰহালয় |
জীৱপ্ৰজাতি নিৰ্দেশিকা |
মুক্ত উৎসৰ বাতৰি |
মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম |